Description
ইয়াম্মী নেচাৰ প্ৰিমিয়াম মিক্স মচলা হৈছে বাছনি কৰা উৎকৃষ্ট মানৰ প্ৰাকৃতিক মচলাৰ এক বিশেষ সংমিশ্ৰণ, যিয়ে আপোনাৰ প্ৰতিটো ৰন্ধনক অধিক সুস্বাদু, সুগন্ধিত আৰু পুষ্টিকৰ কৰি তোলে। আধুনিক স্বাস্থ্যবিধি অনুসৰি পৰিষ্কাৰভাৱে প্ৰস্তুত আৰু পেক কৰা এই মচলাত কোনো কৃত্ৰিম ৰং, প্ৰিজাৰভেটিভ বা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়।
এই মচলা ভাত, দাইল, তৰকাৰী, মাংস, মাছ, চিকেন, স্নেকছ আদি সকলো ধৰণৰ খাদ্যত ব্যৱহাৰ কৰিব পাৰি। প্ৰতিটো পেকেটত আছে খাঁটি সোৱাদ, সতেজ সুগন্ধ আৰু গুণগত মানৰ নিশ্চয়তা।


Reviews
There are no reviews yet.